কেন্দ্ৰীয় শক্তিৰ উদ্যোগত পঞ্চায়ত নিৰ্বাচনী পৰ্যবেক্ষক, খণ্ডশক্তি আৰু সহযোগী সংগঠন সমূহৰ নিৰ্বাচনী সমীক্ষা বিশ্লেষণ ও পৰ্যালোচনা বৈঠক।

আজি ইংৰাজী ৯/০৫/২০২৫ তাৰিখে গোগামুখ চেতিয়া গাঁওস্থিত গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত কেন্দ্ৰীয় শক্তিৰ উদ্যোগত পঞ্চায়ত নিৰ্বাচনী পৰ্যবেক্ষক, খণ্ডশক্তি আৰু সহযোগী সংগঠন সমূহৰ নিৰ্বাচনী সমীক্ষা বিশ্লেষণ ও পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা … Read More

ঢকুৱাখনা বান্দানা অঞ্চলত গঢ়াখহনীয়া স্থান পৰিদৰ্শন মাননীয় সভাপতি শ্ৰী পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া আৰু মাননীয় উপদেষ্টা শ্ৰী সুনিল কুমাৰ পেগু ডাঙৰীয়াৰ।

পৰিদৰ্শন কালত উপস্থিত থাকে মিচিং জাতীয় সংগঠন TMPK MMK TMMK ৰ সন্মানীয় নেতৃবিন্দ, ঢকুৱাখনাৰ সন্মানীয় মহকুমাধিপতি, জলসম্পদ বিভাগৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ। উল্লেখ্য যে মাননীয় সভাপতি ডাঙৰীয়াৰ উপস্থিতিত গঢ়া খহনীয়া … Read More

সন্মিলিত গনশক্তি অসম, মাছখোৱা খণ্ডশক্তিৰ আহ্বানত নাগৰিক সভা।

বেঙেনাগঢ়া আঞ্চলিক কৃষ্টি ভৱন কাংকান চাৰিআলিত সন্মিলিত গনশক্তি অসমৰ মাছখোৱা খণ্ডশক্তিৰ আহ্বানত নাগৰিক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় শক্তিৰ মাননীয় সভাপতি তথা মিচিং … Read More

নিৰ্বাচনী প্ৰচাৰ অভিযান ২০২৪।

11 April 2024 :- সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই … Read More

“আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস”

সন্মিলিত নাৰীশক্তি অসম আৰু টাকাম মিচিং মিমৌ কেবাঙৰ যৌথ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন। সবিশেষ জানিবলৈ তলত দিয়া লিংকত ক্লিক কৰক- https://fb.watch/rEL5m62N3v/?mibextid=w8EBqM – সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক ধন্যবাদ।

ধেমাজি জিলা শক্তি ।

সন্মিলিত গণশক্তি অসমৰ ধেমাজি জিলা শক্তি গঠন। ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক প্ৰতিনিধিৰ অংশগ্ৰহণেৰে সম্পন্ন হয় সন্মিলিত গণশক্তি অসমৰ প্ৰতিনিধিমূলক সভা। উক্ত প্ৰতিনিধি সভাৰ জৰিয়তে আনুষ্ঠানিক … Read More

মাজুলী জিলা শক্তি ।

সন্মিলিত গণশক্তি অসমৰ বাবে এক ঐতিহাসিক দিন। উজনি অসমৰ অন্যতম শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গণশক্তি অসমে জন্মলগ্নৰে পৰা অসমৰ ৰাজনৈতিক ক্ষেত্ৰ খনত অসমৰ জাতীয় সমস্যা সমূ্হৰ প্ৰতি গুৰুত্বপূৰ্ণ ভূমিকা … Read More

মিংমাং পৰিষদীয় সমষ্টিত বৃক্ষৰোপণ কাৰ্য্যসূচী।

আজি পুৱা 5 বজাত মিচিং স্বায়ত্বশসিত পৰিষদ, TMPK, সন্মিলিত গণশক্তি অসমৰ উদ্যোগত আৰু অন্যান্য মিচিং জাতীয় সংগঠনৰ সহযোগত মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ উপস্থিতিত … Read More

দলীয় সিদ্ধান্ত

প্ৰতি, কেন্দ্ৰ শক্তিৰ সকলো বিষয় ববীয়া আৰু সদস্য/সদস্যা,খণ্ড শক্তি সমূহৰ সভাপতি/সম্পাদক। বিষয়ঃ সিদ্ধান্ত প্ৰেৰণ। প্ৰিয় সতীৰ্থ,দলীয় অভিবাদন গ্ৰহণ কৰিব। যোৱা ৪ মে তাৰিখে সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় কৰ্ণাধাৰ শক্তিৰ এখনি … Read More

চাৰ্কুলাৰ

প্ৰতি, সন্মিলিত গণশক্তি অসম,সন্মিলিত নাৰী শক্তি অসম,সন্মিলিত কৃষক শক্তি অসম আৰু সন্মিলিত শ্ৰমিক শক্তি অসমৰ কেন্দ্ৰ শক্তিৰ সকলো বিষয়ববীয়া তথা সদস্য-সদস্যা সভাপতি/সম্পাদক,সকলো খণ্ড শক্তি । বিষয় – চাৰ্কুলাৰ প্ৰেৰণ। প্ৰিয় … Read More