মিংমাং পৰিষদীয় সমষ্টিত বৃক্ষৰোপণ কাৰ্য্যসূচী।

আজি পুৱা 5 বজাত মিচিং স্বায়ত্বশসিত পৰিষদ, TMPK, সন্মিলিত গণশক্তি অসমৰ উদ্যোগত আৰু অন্যান্য মিচিং জাতীয় সংগঠনৰ সহযোগত মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ উপস্থিতিত … Read More

“আন্তজাৰ্তিক শ্ৰমিক দিৱস”।

“আন্তজাৰ্তিকশ্ৰমিকদিৱস” উপলক্ষ্যে গোগামুখ আবুতানি লত্তাত “শ্ৰমিক_অভিৱৰ্তন”। সন্মিলিতগণশক্তি অসম সন্মিলিতগণশক্তি অসমৰ উদ্যোগত আৰু সন্মিলিতশ্ৰমিকশক্তিৰ সহযোগত আন্তজাৰ্তিক শ্ৰমিক দিৱস উদযাপন।