সন্মিলিত গণশক্তি অসমলৈ সমূহ অসমবাসী ৰাইজক স্বাগতম জনাইছো।
এইয়া হৈছে সন্মিলিত গণশক্তি অসমৰ আনুষ্ঠানিক ৱেবচাইট।
সন্মিলিত গণশক্তি অসমৰ লক্ষ্য, উদ্দেশ্য, দৈনন্দিন বিভিন্ন কাৰ্যসূচী সমূহ এই ৱেবচাইটৰ জৰিয়তে আজিৰে পৰা ৰাইজে চাব/পঢ়িব পাৰিব।
সম-অধিকাৰ
সম-মৰ্য্যদা
সম-উন্নয়ন।
সন্মিলিত গণশক্তি অসম।