সন্মিলিত গণশক্তি অসম কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা।

আজি ২৩ জুন ২০২৪ তাৰিখে গোগামুখ চেতিয়া গাঁৱস্থিত RLRC প্ৰেক্ষাগৃহত সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় । সভাত সভাপতিত্ব কৰে গণশক্তিৰ মাননীয় সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই। সম-অধিকাৰ, … Read More

কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা।

গোগামুখ দিৰপাই ইক’কেম্পত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। ২০২৪ ৰ লোকসভা নিৰ্বাচনক লৈ মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াৰ উপস্থিতিত সন্মিলিত গনশক্তি অসমৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়।

সন্মিলিত গণশক্তি অসম, কেন্দ্ৰ শক্তিৰ বৰ্দ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা’।

আজি ২০/৩/২০২৪ তাৰিখে ধেমাজি জিলাৰ গোগামুখৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সন্মিলিত গণশক্তি অসম কেন্দ্ৰ শক্তিৰ বৰ্দ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা’ অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত থাকে মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ … Read More