নিৰ্বাচনী প্ৰচাৰ সভা
ঢকুৱাখনাত মাননীয় মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা।
উক্ত প্ৰচাৰ সভাত উপস্থিত থাকে সন্মিলিত গনশক্তি অসমৰ মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, গণশক্তিৰ মাননীয় উপদেষ্টা তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনিল কুমাৰ পেগু ডাঙৰীয়া, সন্মানীয় বিধায়ক দ্বয় নৱ কুমাৰ দলে আৰু মানৱ ডেকা ডাঙৰীয়া, লখিমপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ডাঙৰীয়া, বিজেপিৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী আৰু স্থানীয় ৰাইজ।
সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক-
https://fb.watch/rGVaGEwjdN/?mibextid=RUbZ1f












