Sanmilitaganashaktiasom.org

কেন্দ্ৰীয় শক্তিৰ উদ্যোগত পঞ্চায়ত নিৰ্বাচনী পৰ্যবেক্ষক, খণ্ডশক্তি আৰু সহযোগী সংগঠন সমূহৰ নিৰ্বাচনী সমীক্ষা বিশ্লেষণ ও পৰ্যালোচনা বৈঠক।

আজি ইংৰাজী ৯/০৫/২০২৫ তাৰিখে গোগামুখ চেতিয়া গাঁওস্থিত গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত কেন্দ্ৰীয় শক্তিৰ উদ্যোগত পঞ্চায়ত নিৰ্বাচনী পৰ্যবেক্ষক, খণ্ডশক্তি আৰু সহযোগী সংগঠন সমূহৰ নিৰ্বাচনী সমীক্ষা বিশ্লেষণ ও পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়।

উক্ত বৈঠকত উপস্থিত থাকে সন্মিলিত গণশক্তি অসমৰ মাননীয় উপদেষ্টা সুনীল কুমাৰ পেগু ডাঙৰীয়া, মাননীয় সভাপতি পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া,নাৰীশক্তিৰ মাননীয়া সভানেত্ৰী ভৱানী দুৱৰা ডাঙৰীয়ানী, TMMK ৰ মাননীয়া সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং ডাঙৰীয়ানী, TMPK ৰ মাননীয় সভাপতি তিলক দলে ডাঙৰীয়া, গণশক্তিৰ সন্মানীয় উপ-সভাপতি ক্ৰমে হিৰণ্য দত্ত ডাঙৰীয়া, জহান দলে ডাঙৰীয়া, যতীন চেতিয়া ডাঙৰীয়া, নাৰী শক্তিৰ সন্মানীয়া সম্পাদিকা দ্বয় নিভা মিলি ডাঙৰীয়ানী, ৰনিতা দলে ডাঙৰীয়া, গণশক্তিৰ সন্মানীয় সাধাৰণ সম্পাদক দ্বয় ৰমা পাইট ডাঙৰীয়া, ৰাজু খনিকৰ ডাঙৰীয়া, সন্মানীয় প্ৰচাৰ সম্পাদক নৰেশ্ব কুম্বাং ডাঙৰীয়া, কৃষক শক্তিৰ সন্মানীয় সভাপতি প্ৰতাপ টায়ে ডাঙৰীয়া, সন্মানীয় সম্পাদক অনিল পায়েং ডাঙৰীয়া, শ্ৰমিক শক্তিৰ সন্মানীয় সম্পাদক অতুল পেগু ডাঙৰীয়া, TMPKৰ সন্মানীয় সাধাৰণ সম্পাদক চান পাংগিং ডাঙৰীয়া, মিচিং জাতীয় সংগঠন আৰু গণশক্তিৰ কেন্দ্ৰীয়, জিলা, খণ্ড শক্তিৰ সমূহ বিষয়ববীয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *