Month: May 2023
সংবিধান- সন্মিলিত গণশক্তি, অসম।
অধ্যায়-১ নাম আৰু পতাকা ধাৰা- ১.১ঃ সংগঠনৰ নামঃ সংগঠনৰ নাম ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাত হ’ব ” সন্মিলিত গণশক্তি, অসম” বা “Sanmilita Gana shakti asom” । সংক্ষেপে “গণশক্তি” বুলি কোৱা … Read More
কৰ্মসূচীঃ সন্মিলিত গণশক্তি, অসম।
সম-অধিকাৰ, সম-মৰ্যাদা, সম-উন্নয়ন। সন্মিলিত গণশক্তি অসম প্ৰস্তাৱনা আৰু পটভূমিঃ চিলাপথাৰ অভিবৰ্তনে নিৰ্দ্ধাৰণ কৰি দিয়া পথকে সৰোগত কৰি ১৯ আৰু ২০ নৱেম্বৰ, ২০০৫ তাৰিখে গোগামুখত অনুষ্ঠিত বিশাল ৰাজনৈতিক অভিবৰ্তনে জন্ম দিয়ে … Read More
Sanmilita Ganashakti Asom
সন্মিলিত গণশক্তি অসমলৈ সমূহ অসমবাসী ৰাইজক স্বাগতম জনাইছো। এইয়া হৈছে সন্মিলিত গণশক্তি অসমৰ আনুষ্ঠানিক ৱেবচাইট। সন্মিলিত গণশক্তি অসমৰ লক্ষ্য, উদ্দেশ্য, দৈনন্দিন বিভিন্ন কাৰ্যসূচী সমূহ এই ৱেবচাইটৰ জৰিয়তে আজিৰে পৰা ৰাইজে … Read More