সন্মিলিত গণশক্তি অসম, কেন্দ্ৰ শক্তিৰ বৰ্দ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা’।

আজি ২০/৩/২০২৪ তাৰিখে ধেমাজি জিলাৰ গোগামুখৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সন্মিলিত গণশক্তি অসম কেন্দ্ৰ শক্তিৰ বৰ্দ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা’ অনুষ্ঠিত কৰা হয়।

উক্ত সভাত উপস্থিত থাকে মাননীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মিত্ৰদলৰ লখিমপুৰ লোকসভা সমষ্টিত প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু সন্মিলিত গনশক্তি অসমৰ কেন্দ্ৰ, জিলা, খণ্ড শক্তিৰ সমূহ বিষয়ববীয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *