কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। Ganashakti April 8, 2024 গোগামুখ দিৰপাই ইক’কেম্পত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। ২০২৪ ৰ লোকসভা নিৰ্বাচনক লৈ মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াৰ উপস্থিতিত সন্মিলিত গনশক্তি অসমৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়।